ভাৰতৰ ৫ জন শ্ৰেষ্ঠ ব্লগাৰ -Top 5 Indian Blogger

ভাৰতৰ ৫ জন শ্ৰেষ্ঠ ব্লগাৰ - Top 5 Indian Blogger

যিসকল ভাৰতীয় blogger এ blogging ৰ জড়িয়তে সফল হ'ৱলৈ সক্ষম হৈছে বা যি সকল blogger ৰ সফলতাত সকলো অনুপ্ৰাণিত হৈছে আজি তেনে ৫ জন শ্ৰেষ্ঠ আৰু সফল bloggerৰ বিষয়ে আলোছনা কৰিৱলৈ আগ বাঢ়িছো। যদি আপোনিও blogging ত Career বনাৱ বিছাৰিছে তেন্তে এই বিষয়তো আপোনাৰ বাবে সহায়ক হ'ৱ।

ভাৰতবৰ্ষৰ এই কেইজন blogger ৰ মাহিলি আয় লাখৰো ওপৰত। blogging ত বিভিন্ন প্ৰকাৰেৰে আয় কৰিৱ পৰা যায় যদিও এই সকলৰ প্ৰধান উৎস হৈছে বিজ্ঞাপন (Advertisement)। যেতিয়া আমি internet ত কোনো blog বা website search কৰো তেতিয়া বিভিন্ন ধৰণৰ বিজ্ঞাপন দেখিৱলৈ পাওঁ আৰু এই বিজ্ঞাপনেই এজন blogger ৰ আয়ৰ মূখ্য দিশ হয়।

ভাৰতৰ ৫ জন শ্ৰেষ্ঠ ব্লগাৰ- Top 5 Indian Bloggers and Their Monthly Earnings


1. অমিত আগৰৱাল (AMIT AGARWAL)

    Blog: www.labnol.org

    Monthly Income (মাহিলি আয়):-
    ২০ লাখ - ৩০ লাখ ( 20 lakh - 30 lakh)

    World Ranking - 2600

    Blog Niche(শ্ৰেণী)- Technology

2. হৰ্ষ আগৰৱাল (Harsh Agarwal)

    Blog : www.soutmeloud.com

    Monthly Income (মাহিলি আয়)
    ১৫ লাখ - ২০ লাখ ( 15 lakh - 20 lakh)
    
    World Ranking - 2900
    Blog Niche(শ্ৰেণী)- Blogging

3. শ্ৰদ্ধা শৰ্মা (Shradha Sharma)

    Blog: www.yourstory.com

    Monthly Income (মাহিলি আয়)    
    ১০ লাখ - ১৫ লাখ ( 10 lakh - 15 lakh)
    
    World Ranking - 3000
    
    Blog Niche(শ্ৰেণী)- Enterprenureship

4. বৰুণ কৃষ্ণণ (Varun Krishnan)

    Blog: www.fonearena.com

    Monthly Income (মাহিলি আয়)
    ৮ লাখ - ১০ লাখ ( 8 lakh - 10 lakh)

    World Ranking - 3800

    Blog Niche(শ্ৰেণী)- 

5. অমিত ভৱানি (Amit Bhabani)

    Blog: www.androidadvices.com

    Monthly Income (মাহিলি আয়)
    ৮ লাখ - ১০ লাখ ( 8 lakh - 10 lakh)

    World Ranking - 4500

    Blog Niche(শ্ৰেণী)- Gadgets and Technology

এওঁলোক মাত্ৰ কেইজনমানহে, ভাৰতবৰ্ষত ইতিমধ্যে এনে বহু blogger আছে যি ১৮ বছৰতকৈও কম বয়সতেই blog লিখি এটা ভাল passive income generate কৰি আছে।

যদি আপোনিও এনে সফল blogger ৰ পৰা অনুপ্ৰাণিত হৈ নিজেওঁ এটা উচ্চমানৰ blog বনাৱ বিছাৰিছে তেন্তে blog kenekoi bonai এই সম্পৰ্কত মোৰ লিখনি সমূহ পঢ়িৱ পাৰে।







Comments

Popular posts from this blog

Blog Kenekoi Bonai আৰু ইয়াৰ পৰা Income কেনেকৈ কৰিৱ ২০২০?