ভাৰতৰ ৫ জন শ্ৰেষ্ঠ ব্লগাৰ -Top 5 Indian Blogger
ভাৰতৰ ৫ জন শ্ৰেষ্ঠ ব্লগাৰ - Top 5 Indian Blogger যিসকল ভাৰতীয় blogger এ blogging ৰ জড়িয়তে সফল হ'ৱলৈ সক্ষম হৈছে বা যি সকল blogger ৰ সফলতাত সকলো অনুপ্ৰাণিত হৈছে আজি তেনে ৫ জন শ্ৰেষ্ঠ আৰু সফল bloggerৰ বিষয়ে আলোছনা কৰিৱলৈ আগ বাঢ়িছো। যদি আপোনিও blogging ত Career বনাৱ বিছাৰিছে তেন্তে এই বিষয়তো আপোনাৰ বাবে সহায়ক হ'ৱ। ভাৰতবৰ্ষৰ এই কেইজন blogger ৰ মাহিলি আয় লাখৰো ওপৰত। blogging ত বিভিন্ন প্ৰকাৰেৰে আয় কৰিৱ পৰা যায় যদিও এই সকলৰ প্ৰধান উৎস হৈছে বিজ্ঞাপন (Advertisement )। যেতিয়া আমি internet ত কোনো blog বা website search কৰো তেতিয়া বিভিন্ন ধৰণৰ বিজ্ঞাপন দেখিৱলৈ পাওঁ আৰু এই বিজ্ঞাপনেই এজন blogger ৰ আয়ৰ মূখ্য দিশ হয়। ভাৰতৰ ৫ জন শ্ৰেষ্ঠ ব্লগাৰ- Top 5 Indian Bloggers and Their Monthly Earnings 1. অমিত আগৰৱাল (AMIT AGARWAL) Blog: www.labnol.org Monthly Income (মাহিলি আয়):- ২০ লাখ - ৩০ লাখ ( 20 lakh - 30 lakh) World Ranking - 2600 Blog Niche(শ্ৰেণী)- Technology 2. হৰ্ষ আগৰৱাল (Harsh Agarwal) Blog : www.soutmeloud.com ...