Blog Kenekoi Bonai আৰু ইয়াৰ পৰা Income কেনেকৈ কৰিৱ ২০২০?
Blog Kenekoi Bonai আৰু ইয়াৰ পৰা Income কেনেকৈ কৰিৱ পাৰি?
Blog ৰ পৰা earning কৰাৰ আটাইতকৈ উত্তম আৰু সহজ উপায় হৈছে Google Adsence আৰু ই কেৱল Blog আৰু Youtube Chanel ৰ বাবেহে উপলব্ধ হয়। যদি আপোনাৰ ওচৰত content writing idea আছে তেন্তে আপোনি তাক blog ৰ মাধ্যমেৰে সমগ্ৰ বিশ্বৰ সন্মুখত উপস্থাপন কৰিৱ পাৰে। আপোনাৰ মনত এই প্ৰশ্ন উদয় হ'ৱ পাৰে যে উপাৰ্জন কৰিৱ পৰা blog kenekoi bonai তেন্তে ইয়াত তাৰ Easy & Quick Guide ৰ বিষয়ে আলোচনা কৰা হৈছে যাৰ দ্ধাৰা আপোনালোকে এটা professional blog 10 minutes তে বনাৱ পাৰিৱ।
এনেইটো এটা subdomain (abc.blogspot.com, abc.wordpress.com) ৰ জৰিয়তে একেবাৰে সহজতে এটা free blog বনাৱ পৰা যায় কিন্তু ই personal blog লৈকেহে সীমাবদ্ধ, যদি আপোনি blog ৰ জৰিয়তে revenue & reputation দুয়োতা অৰ্জন কৰিৱ বিচাৰে তেন্তে professional blog বনোৱাৰ প্ৰয়োজন হ'ৱ।
২০২০ত Blog বনাৱৰ বাবে কিহৰ প্ৰয়োজন ?
বহুত লোকে Google ক প্ৰশ্ন কৰে যে 2020 এই প্ৰতিযোগীতাৰ সময়ত Blog Kenekoi Bonai? আৰু তেওঁলোকে উত্তৰো পায় আৰু বহুলোকে Blog বনায়ও কিন্তু তেওঁলোকৰ Blog এ Success নাপায় আৰু revenue ও লাভ নকৰে।
সেইবাবে আমি প্ৰথম শিকিম যে 2020 এই competition ৰ সময়ত এটা উচ্চমানৰ News, entertainment, fitness, health, cooking, singing, dancing, playing,technology এনেবহুতো popular blogging topics ৰ ওপৰত Blog Kenekoi Bonai?
Blog বনোৱাৰ পূৰ্বে Blogging কৰিৱৰ বাবে কেনেকুৱা topic choose কৰিৱ?
Blog বনোৱাৰ idea আৰু motivation অধিকাংশ লোকে Internet ত অন্য কোনো blog, monthly earning report আদি পঢ়ি লাভ কৰে আৰু তেওঁলোকে পঢ়া সেই বিষয়তোৰ ওপৰতে blog বনায় উপাৰ্জনৰ কথা চিন্তা কৰে।
কিন্তু আপোনালোকে নাজানিবও পাৰে যে 90% এনেকুৱা Blogger য়েই Fail হয় যি অন্যক দেখি blog লিখে। গতিকে যদি আপোনি 2020 ত এনে এটা blog তৈয়াৰ কৰিৱ বিচাৰে যি organic traffic generate কৰিৱ পাৰে, revenue generate কৰিৱ বিচাৰে তেন্তে তেনে best blogging topic choose কৰিৱৰ বাবে আপোনাক এই tips সমূহৰ অতি প্ৰয়োজন:-
* প্ৰতিজন মানুহৰে কিৱা নহয় কিৱা এটা বিশেষ বিষয়ত ৰাপ থাকে। যেনে- চিনেমা চোৱা, গান শুণা, গান গোৱা, নৃত্য কৰা, অভিনয়, কিতাপ পঢ়া, ভ্ৰমণ কৰা ইত্যাদি আৰু বহুতো গতিকে আপোনাৰো তেনে কোনো বিশেষ বিষয়ত ৰাপ নথকা নহয় আৰু সেই নিৰ্দিষ্ট বিষয়তোকে আপোনি blogৰ কাৰণে নিৰ্বাচিত কৰিৱ লাগে।
* আপোনাৰ পচন্দৰ topic বাচি লোৱাৰ আটাইতকৈ ডাঙৰ লাভ হ'ৱ কি আপোনি topic তোৰ প্ৰতি ইতেমধ্যে আগ্ৰহী হোৱাৰ বাবে content লিখাতো অতি সহজ হৈ পৰিৱ।
সঠিক Domain & Blog Name কি আৰু কেনেকৈ choose কৰিৱ?
Topic ৰ পাছতেই আমাৰ দ্বিতীয়তো সমস্যা হৈছে কি আমি New Blog ৰ নাম or Domain Name কেনেকৈ choose কৰিম?
আমি ইয়াৰ বাবে বিভিন্ন ধৰণৰ blog name generator tool ৰ ব্যৱহাৰ কৰো, বহু লোকৰ পৰামৰ্শ লওঁ কিন্তু এটা সঠিক blog name choose কৰিৱ নোৱাৰো। এনে ক্ষেত্ৰত আপোনি তলৰ tips সমূহ গ্ৰহন কৰি উপকৃত হ'ৱ পাৰে:-
*Domain name or blog name সদায় চুটি বা সহজ হ'ৱ লাগে যাতে মনত ৰখাত সহজ হয়।
*চেষ্টা কৰিৱ যাতে domain url ত blog ৰ keyword জৰুৰ থাকে।
*যদি আপোনি কোনো specific area, language ৰ audiance ক target কৰে তেন্তে তাৰ নাম mention কৰিবই কৰিৱ।
*Domain url ত কোনো ধৰণৰ special character use নকৰিৱ।
Example: যদি আপোনি blog ৰ কাৰণে topic select কৰে music তেন্তে domain ৰ নাম হ'ৱ পাৰে musichost.com.
২০২০ ত Blog Kenekoi Bonai?
তলৰ step by step blog setup guide আপোনাৰ বাবে সহায়ক হ`ৱ আৰু আপোনি বিশ্বৰ জনপ্ৰিয় content management system (CMC) WordPress ৰ সহায়ত Blog বনাৱ পাৰিৱ।
STEP 1: Domain ক`ৰ পৰা আৰু কেনেকৈ কিনিৱ?
Personal website free subdomain ৰ জৰিয়তে বনাৱ পৰিৱ কিন্তু Wordpress CMC based Blog বনাৱৰ বাবে প্ৰয়োজন হয় এটা Custom Domain যেনে- abc.com, abc.net, abc.in, abc.org ইত্যাদি।
WordPress ত Blog বনাৱৰ বাবে Hosting আৰু Domain দুয়োতাৰ প্ৰয়োজন হয় আৰু আমি Domain আৰু Hosting দুয়োতা বেলেগ বেলেগ ঠাইৰ পৰা কিনিৱ পাৰো। আপোনি যদি তেনে কৰিৱ বিচাৰে যেনে: Godaddy ৰ পৰা এই প্ৰক্ৰিয়াৰে কিনিৱ পাৰে।
প্ৰথমতে, Godaddy বা যিকোনো Domain Name Provider ৰ official website লৈ গৈ account create কৰক, তাৰ বাবে আপোনাক প্ৰয়োজন হ'ৱ এটা Email Id ৰ। Account বনোৱাৰ পাছত log in কৰক আৰু ওপৰত আলোচনা কৰাৰ দৰে .com, .net, .in, .org ব্যৱহাৰ কৰি domain name search কৰক আৰু add to cart কৰক।
Add to Cart কৰাৰ পাছত plan select কৰি মানে আপোনি কিমান বছৰৰ বাবে plan ল'ৱ তাক select কৰি debit card, wallet, credit card, internet banking ৰ সহায়েৰে payment কৰি domain ক্ৰয় কৰক।
STEP 2: Hosting কেনেকৈ আৰু ক'ৰ পৰা কিনিৱ?
আমি domain বা hosting একেটা provider ৰ পৰা নিকিনি বেলেগ বেলেগ service providerৰ পৰাওঁ ক্ৰয় কৰিৱ পাৰো। Indiaত hosting ক্ৰয় কৰিৱৰ বাবে আটাইতকৈ best hosting provider হৈছে-
1. Inovative, 2. Digitel Ocean 3.Hostinger 4.Siteground আৰু 5. Bluehost. 6. Hostgator
যদিওঁ এটা নতুন blog বনাৱৰ বাবে ভাল hosting ৰ অত্যন্ত প্ৰয়োজন তেনেক্ষেত্ৰত budget ৰ প্ৰতি লক্ষ্য ৰাখি wordpress blog hostingৰ বাবে hostinger এটা উচ্চমানৰ hosting provider।
Hostinger ত এই সময়ত Rs.79/month ৰ পৰা wordpress shared hosting পাৱ পাৰে। আপোনালোকে ইয়াত অতি সহজতে login কৰি wordpress shared hosting ক্ৰয় কৰিৱ পাৰে।
STEP 3: Wordpress Blog Setup কেনেকৈ কৰিৱ?
আমি ইতিমধ্যে শিকিলো যে এটা নতুন blog বনাৱৰ বাবে domain আৰু hosting কেনেকৈ কিনিৱ। কিন্তু আৰু গুৰুত্বপূৰ্ণ হৈছে আমি পৃথক পৃথকৈ ক্ৰয় কৰা domain আৰু hosting কেনেকৈ একেলগ কৰিব?
যেতিয়া আপোনি hosting ক্ৰয় কৰিৱ তেতিয়া দুটা Name Server পাৱ, যেনে-
hs33.domaincontent.com
hs34.domaincontent.com
এই দুয়োটা name server ক আপোনি য'ৰ পৰা domain কিনিছে তাত থকা name serverৰ ঠাইত add কৰিৱ লাগিৱ।
এই কাম কৰাৰ পাছত hosting Cpanel লৈ যাৱ লাগিৱ আৰু তাৰ পাছত wordpress CMS application install কৰিৱ লাগিৱ।
যদি wordpress install হৈ যায় তাৰ পাছত browser open কৰিৱ লাগিৱ আৰু নিজৰ url ৰ সৈতে wp-admin research কৰিৱ লাগিৱ, যেনে- abc.com/wp-admin তাৰ পাছত প্ৰতিটো process computer ত কৰি user name আৰু password ৰ সৈতে login কৰিৱ পাৰিৱ।
বন্ধুসকল, আশা কৰিছো আপোনালোকে বুজি পাইছে যে ২০২০ত blog কেনেকৈ বনায়? আৰু নতুন blog setup কেনেকৈ কৰে? মই ইয়াত এই সম্পৰ্কত ইতিমধ্যে সকলো গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনালো। আশাকৰো উপকৃত হ'ৱ। ভাল লাগিলে share কৰিৱলৈ নাপাহৰিৱ।





Comments
Post a Comment