আধাৰ নং আৰু পেন কেনেকৈ সংযোগ কৰিৱ (How to Link Your Adhar with PAN)
কেন্দীয় চৰকাৰে আধাৰ নং আৰু পেন সংযোগ কৰাৰ অন্তিম দিন ৩১মাৰ্চ ২০২১ ৰ পৰা ৩০ জুন ২০২১ লৈ বৃদ্ধি কৰিছে।
যদি আপোনি নিৰ্ধাৰিত দিনৰ আগলৈকে আধাৰ নং আৰু পেন সংযোগ নকৰে তেতিয়া তাৰ পাছৰ পৰা সংযোগ কৰাৰ বাবদ অতিৰিক্ত ১০০০ কৈ পৰিশোধ কৰিৱ লাগিৱ।
আপোনালোকে Income Tax Portal বা SMS ৰ জড়িয়তে আধাৰ নং আৰু পেন সংযোগ কৰিৱ পাৰিৱ:-
1. Income Tax Portalৰ জড়িয়তে:-
www.incometaxindiaefiling.gov.in চাৰ্চ কৰক (কাষৰ লিংত ক্লিক কৰক)
তলৰ তথ্যসমূহ সন্নিৱিষ্ট কৰক:-
- পেন
- আধাৰ নং
- আধাৰ কাৰ্ড অনুসৰি সম্পূৰ্ণ নাম
- ফোন নং
তথ্যসমূহ সন্নিৱিষ্ট কৰাৰ পাছত link adhar বুটামত click কৰক।
www.incometaxindiaefiling.gov.in
Read more at: https://www.deccanherald.com/national/how-to-link-pan-card-with-aadhaar-number-968602.html

Comments
Post a Comment