আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ২০২১ (HSLC)
২০২১ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ (HSLC) ৰিজাল্ট আজি ঘোষণা কৰা হ'ৱ। CORONA মহামাৰিৰ বাবে স্থগিত হোৱা শিক্ষা জীৱনৰ প্ৰথম অতি গুৰুত্বপূৰ্ণ পৰীক্ষাতোক লৈ পৰিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষকসমাজ চিন্তিত যদিও সকলোৱে এক নিকা ফলাফল আশা কৰিছে।
Comments
Post a Comment